আজি ইংৰাজী ১৬/১১/২০২৫ তাৰিখে মিচিং বাঃনৗ কৗবাঙৰ উদ্যোগত চিলাপথাৰ কাৰেং চাপৰি ইক’ কেম্পত ‘মিচিং সমাজৰ পৰম্পৰাগত লোকবিশ্বাস আৰু
আজি ইংৰাজী ১৬/১১/২০২৫ তাৰিখে মিচিং বাঃনৗ কৗবাঙৰ উদ্যোগত চিলাপথাৰ কাৰেং চাপৰি ইক’ কেম্পত ‘মিচিং সমাজৰ পৰম্পৰাগত লোকবিশ্বাস আৰু

১৭/০৭/২০২৫ তাৰিখে চিলাপথাৰস্থিত দঞি-পঃল প্ৰেক্ষাগৃহত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মিচিং জনগোষ্ঠীৰ পিতৃ সংগঠন মিচিং বাঃনৗ কৗবাঙৰ ১০১ সংখ্যক প্ৰতিষ্ঠা

২৮/৬/২০২৫ তাৰিখে গোগামুখ আবুতানি লত্তাত মিচিং বাঃনৗ কৗবাঙৰ উদ্যোগত ছয় মিচিং জাতীয় সংগঠনৰ “DU:PUM DAGGUR KÉBANG” অনুষ্ঠিত কৰা

মাননীয় সভাপতি শ্ৰী যুত পৰমানন্দ চায়েঙীয়া আৰু সন্মানীয় সম্পাদক ৰাজু…

মিচিং বাঃনৗ কৗবাং অনুষ্ঠানত মন্ত্ৰী ডাঃ ৰণোজ পেগুএ কি কলে…

প্ৰস্তাৱনাঃ (preamble of the constitution) অনুচ্ছেদ-১ঃ নামাকৰণ (Name of the…


(১) চাৰিটা মিচিং জাতীয় সংগঠনৰ তৰফৰ পৰা মিচিং ৰাইজলৈ গোহাৰি।…

আহি আছে _______________

মিচিং জাতীয় অভিৱৰ্তন। TMPK ৰ আহ্বানত। ৪ জুলাই ২০১০আব’তানি সাংস্কৃতিক…
You must be logged in to post a comment.


মিচিং জাতি উত্তৰ ভাৰতৰ অন্যান্য জনজাতি সকলৰ ভিতৰত অন্যতম। এই মিচিং জাতিৰ সৰ্বাঙ্গীন উন্নতিৰ কাৰণে এক সংঙ্গবদ্ধ প্ৰচেষ্টাৰ অৱশ্যকতাৰ কথা বহু দিনৰ পৰাই সচেতন মিচিং সকলে উপলব্ধি কৰি আহিছে। মিচিং সকলৰ আৰ্থ সামাজিক, শিক্ষা-দীক্ষা, স্বকীয় কলা-কৃষ্টি আৰু সাংস্কৃতিৰ সংৰক্ষন আৰু উন্নতিৰ দিশত আগুৱাই নিবৰ বাবে এক শক্তিশালী আৰু সুস্থ সংগঠনৰ যে অতি প্ৰয়োজন তাক কোনোৱে অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু তাক সময়ৰ লগত সংগতি ৰাখি কাম কৰি যাবলৈ লাগে এক বাস্তৱমুখী কাৰ্য্যসূচী।

ঙক্কৌ দূংকচৌ কাংকানৌ-২
ঙক্কৌ দুংকচৌ কাংকানৌ-২
চিঃতৌ চিঃমৌলা চিঃতাগাই
য়াঃমে মেঃতাগাই
চিঃতৌ চিঃমৌলা চিঃতাগাই-২
মৃমবৃৰ বৃৰতাগাই
চউঅৃং তুৰয়ে পৌ
চউঅৃং চিয়ে পৌ-২
চগৃগৃং আপিনৌম দতাগাই
তাতপ তাদানৌ
গমুগৌ গমলাবৌ
তাতপ তাদানৌ-২
গমুগৌ গমলাবৌ
নাঃনৌ ন আকীঃয়ৌম কিঃতাগাই-২
অকলম মাপৌইকৌ
অকলম পৌইকৌ।