Mising Bane Kebang

WELCOME TO MISING BA:NÉ KÉBANG

মিচিং বাঃনৗ কৗবাং

Mising Réngam Írroi

Offcanvas

Leave a Reply

Edit Template

গোগামুখ আবুতানি লত্তাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত মিচিং বাঃনৗ কৗবাঙৰ উদ্যোগত DU:PUM KEBANG

১৬ জুন ২০২৪ তাৰিখে গোগামুখ আবুতানি লত্তাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত মিচিং বানে কেবাঙৰ উদ্যোগত মিচিং জাতীয় সংগঠন MAK, MDK, TMPK, MMK, TMMK আৰু মিচিং জনগোষ্ঠীৰ সকলো OPE: KEBANGক লৈ DU:PUM KEBANG অনুষ্ঠিত কৰা হয় ।

সভাত উপস্থিত থাকে MBK ৰ সভাপতি পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়া, TMPKৰ প্ৰতিষ্ঠাপক সভাপতি কুমচুং পাংগিং ডাঙৰীয়া, বিধায়ক ভূৱন পেগু ডাঙৰীয়া আৰু MISING OPIN KEBANG – MAK, MDK, TMPK, MMK, TMMK ৰ লগতে Mising OPE: KEBANG ৰ কেন্দ্ৰীয় সভাপতি সম্পাদক সকল।

উল্লেখ্য যে, MBK ৰ শতবৰ্ষ সামৰণি অনুষ্ঠান লগতে অনাগত দিনত MBKৰ দ্বাৰা ৰূপায়ন কৰিবলগীয়া কাৰ্য্যসূচী আৰু মিচিং জনগোষ্ঠীৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশত সভাত আলোচনা কৰে।

DU:PUM KEBANG ৰ সভাপত্তিত কৰে Mísíng Bané Kébang ৰ মাননীয় সভাপতি শ্ৰী যুত পৰমানন্দ চায়েঙীয়া ডাঙৰীয়াই।

Share Article:

Edit Template

'সংবিধান' মিচিং বাঃনৗ কৗবাং

 

Mising Bane Kebang

প্ৰস্তাৱনাঃ
(preamble of the constitution).

"সংবিধান" মিচিং বাঃনৗ কৗবাং

মিচিং জাতি উত্তৰ ভাৰতৰ অন্যান্য জনজাতি সকলৰ ভিতৰত অন্যতম। এই মিচিং জাতিৰ সৰ্বাঙ্গীন উন্নতিৰ কাৰণে এক সংঙ্গবদ্ধ প্ৰচেষ্টাৰ অৱশ্যকতাৰ কথা বহু দিনৰ পৰাই সচেতন মিচিং সকলে উপলব্ধি কৰি আহিছে। মিচিং সকলৰ আৰ্থ সামাজিক, শিক্ষা-দীক্ষা, স্বকীয় কলা-কৃষ্টি আৰু সাংস্কৃতিৰ সংৰক্ষন আৰু উন্নতিৰ দিশত আগুৱাই নিবৰ বাবে এক শক্তিশালী আৰু সুস্থ সংগঠনৰ যে অতি প্ৰয়োজন তাক কোনোৱে অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু তাক সময়ৰ লগত সংগতি ৰাখি কাম কৰি যাবলৈ লাগে এক বাস্তৱমুখী কাৰ্য্যসূচী।

Mising Bane Kebang

মিচিং জাতীয় সংগীতঃ

ঙক্কৌ দূংকচৌ কাংকানৌ-২
ঙক্কৌ দুংকচৌ কাংকানৌ-২
চিঃতৌ চিঃমৌলা চিঃতাগাই
য়াঃমে মেঃতাগাই
চিঃতৌ চিঃমৌলা চিঃতাগাই-২
মৃমবৃৰ বৃৰতাগাই

চউঅৃং তুৰয়ে পৌ
চউঅৃং চিয়ে পৌ-২
চগৃগৃং আপিনৌম দতাগাই

তাতপ তাদানৌ
গমুগৌ গমলাবৌ
তাতপ তাদানৌ-২
গমুগৌ গমলাবৌ

নাঃনৌ ন আকীঃয়ৌম কিঃতাগাই-২
অকলম মাপৌইকৌ
অকলম পৌইকৌ।