Mising Bane Kebang

WELCOME TO MISING BA:NÉ KÉBANG

মিচিং বাঃনৗ কৗবাং

Mising Réngam Írroi

Offcanvas
Edit Template

 “ৰৗগৃঃৰৗগাম” ৰ বাবে প্ৰস্তাৱিত ভূমিত বৃক্ষৰোপণ কাৰ্য্যসূচী।

“ৰৗগৃঃ ৰৗগাম”

বৃক্ষৰোপণ কাৰ্যসূচীত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সন্মানীয় সাধাৰণ সদস্য ৰাজু পেগু, অনিল পায়েং, বানিকান্ত দলে ডাঙৰীয়া, সন্মানীয়া সাধাৰণ সদস্যা লাৱণ্য মিলি ডাঙৰীয়ানী, TMPK সন্মানীয় উপ-সভাপতি টুনিৰাম পাংগিং ডাঙৰীয়া, সন্মানীয় সাধাৰণ সম্পাদক চান পাংগিং ডাঙৰীয়া, সন্মানীয় সহকাৰী সম্পাদক হৰিচন্দ্ৰ কামান ডাঙৰীয়া, সন্মানীয় শিক্ষা সম্পাদক ক্ষিৰোদ কুটুম ডাঙৰীয়া, সন্মানীয় কেন্দ্ৰীয় সদস্য সঞ্জীৱ মিলি ডাঙৰীয়া, সন্মানীয় কেন্দ্ৰীয় কাৰ্য্যালয় সম্পাদক কুশল পায়েং ডাঙৰীয়া, মিচিং সাহিত্য সভাৰ সন্মানীয় সাধাৰণ সম্পাদক সোমেশ্বৰ কপ্তাক ডাঙৰীয়া, TMPK ধেমাজি জিলাৰ সন্মানীয় সভাপতি ৰোহিত নৰহ ডাঙৰীয়া, সন্মানীয় সম্পাদক সনাতন দলে ডাঙৰীয়া, MMK ধেমাজি জিলাৰ সন্মানীয় সভাপতি মুনিন্দ্ৰ দলে ডাঙৰীয়া, সন্মানীয় সম্পাদক ৰণোজ পায়াং ডাঙৰীয়া, TMMK ধেমাজি জিলাৰ সন্মানীয় সভানেত্ৰী জোতিৰেখা মিচং, সন্মানীয় সম্পাদীকা ৰিনিতা পাৰ্মে ডাঙৰীয়ানী, TMMK সন্মানীয়া কেন্দ্ৰীয় ক্ৰীড়া সম্পাদীকা দীপশিখা দলে ডাঙৰীয়ানী, সন্মানীয়া কেন্দ্ৰীয় সদস্য নিলিমা দলে, TMMK সন্মানীয়া কেন্দ্ৰীয় সদস্যা ৰূপজ্যোতি দলে ডাঙৰীয়ানী,TMPK, MMK, TMMKৰ জিলা, আঞ্চলিকৰ বিষয়ববীয়া, নাহৰবাৰী, য়েডুট, মে’ৰ অঞ্চলৰ গাম সকলৰ লগতে স্থানীয় ৰাইজ।

Paramananda Chayengia

    অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য শ্ৰীপৰমানন্দ চায়েঙীয়া ডাঙৰীয়া।

উক্ত অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ সন্মানীয় কাৰ্য্যবাহী সদস্যদ্বয় শ্ৰী বিজু পেগু আৰু শ্ৰী দেৱৰঞ্জন মৰাং ডাঙৰীয়া, সন্মানীয় সাধাৰণ সদস্য ক্ৰমে শ্ৰী ৰাজু পেগু ডাঙৰীয়া, শ্ৰী বানীকান্ত দলে ডাঙৰীয়া, শ্ৰীমতী লাৱণ্য মিলি ডাঙৰীয়ানী, শ্ৰী অনিল পায়েং ডাঙৰীয়া, TMPKৰ সন্মানীয় উপ-সভাপতি শ্ৰী টুনিৰাম পাংগিং ডাঙৰীয়া, TMPKৰ সন্মানীয় সাধাৰণ সম্পাদক শ্ৰী চান পাংগিং ডাঙৰীয়া, সন্মানীয় সহকাৰী সম্পাদক শ্ৰী হৰিচন্দ্ৰ কামান ডাঙৰীয়া, শিক্ষা সম্পাদক ক্ষিৰোদ কুটুম ডাঙৰীয়া, TMPK MMK TMMK কেন্দ্ৰীয়, জিলা, আঞ্চলিকৰ বিষয়ববীয়া, নাহৰবাৰী, এদুত, মেঃৰ গাঁৱৰ সন্মানীয় গাম সকলৰ লগতে স্থানীয় ৰাইজ।

Share Article:

Edit Template

'সংবিধান' মিচিং বাঃনৗ কৗবাং

 

Mising Bane Kebang

প্ৰস্তাৱনাঃ
(preamble of the constitution).

"সংবিধান" মিচিং বাঃনৗ কৗবাং

মিচিং জাতি উত্তৰ ভাৰতৰ অন্যান্য জনজাতি সকলৰ ভিতৰত অন্যতম। এই মিচিং জাতিৰ সৰ্বাঙ্গীন উন্নতিৰ কাৰণে এক সংঙ্গবদ্ধ প্ৰচেষ্টাৰ অৱশ্যকতাৰ কথা বহু দিনৰ পৰাই সচেতন মিচিং সকলে উপলব্ধি কৰি আহিছে। মিচিং সকলৰ আৰ্থ সামাজিক, শিক্ষা-দীক্ষা, স্বকীয় কলা-কৃষ্টি আৰু সাংস্কৃতিৰ সংৰক্ষন আৰু উন্নতিৰ দিশত আগুৱাই নিবৰ বাবে এক শক্তিশালী আৰু সুস্থ সংগঠনৰ যে অতি প্ৰয়োজন তাক কোনোৱে অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু তাক সময়ৰ লগত সংগতি ৰাখি কাম কৰি যাবলৈ লাগে এক বাস্তৱমুখী কাৰ্য্যসূচী।

Mising Bane Kebang

মিচিং জাতীয় সংগীতঃ

ঙক্কৌ দূংকচৌ কাংকানৌ-২
ঙক্কৌ দুংকচৌ কাংকানৌ-২
চিঃতৌ চিঃমৌলা চিঃতাগাই
য়াঃমে মেঃতাগাই
চিঃতৌ চিঃমৌলা চিঃতাগাই-২
মৃমবৃৰ বৃৰতাগাই

চউঅৃং তুৰয়ে পৌ
চউঅৃং চিয়ে পৌ-২
চগৃগৃং আপিনৌম দতাগাই

তাতপ তাদানৌ
গমুগৌ গমলাবৌ
তাতপ তাদানৌ-২
গমুগৌ গমলাবৌ

নাঃনৌ ন আকীঃয়ৌম কিঃতাগাই-২
অকলম মাপৌইকৌ
অকলম পৌইকৌ।