Mísíng Bané kébangké Goggurki- TMPK, MMK, MAK, TMMK Ela: TAKAM ÉRANG KÉBANGKÉ DU:PUN KEBANG Eco Camp Dirpai Longki- 7 April 2024 সবিশেষ জানিবলৈ এই লিংকত ক্লিক কৰক – https://fb.watch/rJ1bQ61-WX/?mibextid=NnVzG8
(১) চাৰিটা মিচিং জাতীয় সংগঠনৰ তৰফৰ পৰা মিচিং ৰাইজলৈ গোহাৰি। প্ৰসংগ- মিচিং জাতীয় অভিবৰ্তন।দিনাংক- ২০ আৰু ২১ জুন, ১৯৯২স্থান- মিচিং আগম কৗবাঙৰ মুখ্য কাৰ্যালয় প্ৰাংঙ্গণ। পৰম শ্ৰদ্ধাভাজন ৰাইজ,অসমৰ অগ্ৰণী দৈনিক আৰু সাপ্তাহিক কাকত…
মিচিং জাতি উত্তৰ ভাৰতৰ অন্যান্য জনজাতি সকলৰ ভিতৰত অন্যতম। এই মিচিং জাতিৰ সৰ্বাঙ্গীন উন্নতিৰ কাৰণে এক সংঙ্গবদ্ধ প্ৰচেষ্টাৰ অৱশ্যকতাৰ কথা বহু দিনৰ পৰাই সচেতন মিচিং সকলে উপলব্ধি কৰি আহিছে। মিচিং সকলৰ আৰ্থ সামাজিক, শিক্ষা-দীক্ষা, স্বকীয় কলা-কৃষ্টি আৰু সাংস্কৃতিৰ সংৰক্ষন আৰু উন্নতিৰ দিশত আগুৱাই নিবৰ বাবে এক শক্তিশালী আৰু সুস্থ সংগঠনৰ যে অতি প্ৰয়োজন তাক কোনোৱে অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু তাক সময়ৰ লগত সংগতি ৰাখি কাম কৰি যাবলৈ লাগে এক বাস্তৱমুখী কাৰ্য্যসূচী।
ঙক্কৌ দূংকচৌ কাংকানৌ-২
ঙক্কৌ দুংকচৌ কাংকানৌ-২
চিঃতৌ চিঃমৌলা চিঃতাগাই
য়াঃমে মেঃতাগাই
চিঃতৌ চিঃমৌলা চিঃতাগাই-২
মৃমবৃৰ বৃৰতাগাই
চউঅৃং তুৰয়ে পৌ
চউঅৃং চিয়ে পৌ-২
চগৃগৃং আপিনৌম দতাগাই
তাতপ তাদানৌ
গমুগৌ গমলাবৌ
তাতপ তাদানৌ-২
গমুগৌ গমলাবৌ
নাঃনৌ ন আকীঃয়ৌম কিঃতাগাই-২
অকলম মাপৌইকৌ
অকলম পৌইকৌ।
“Mising Ba:ńe Kébang” অসমৰ দ্বিতীয় বৃহৎ জনজাতি জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ পিতৃ সংগঠন।
মিচিং জনগোষ্ঠীৰ বিভিন্ন ন-পুৰণি তথ্য সমূহ একত্ৰিত কৰি সংৰক্ষণ আৰু প্ৰচাৰ প্ৰসাৰ বাবে এই Website –
www.misingbanekebang.org
Call 7099152095
মিচিং জনগোষ্ঠী।
অসমৰ দ্বিতীয় বৃহৎ জনজাতি জনগোষ্ঠী।
মিচিং বাঃনৗ কৗবাং।
মিচিং জাতীয় সংগঠন।
মিচিং জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তি সকল।
মিচিং জনগোষ্ঠীৰ কলা-সংস্কৃতি।
ৰাজনীতি।
অৰ্থনীতি।
সমাজনীতি।
শিক্ষা।
স্বাস্থ্য।
ক্রীড়া।
পৰম্পৰা।
ধৰ্ম।
কৃষি।
বাসস্থান।
খাদ্য।
জীৱন জীবিকা।
মিচিং স্বায়ত্বশাসিত পৰিষদ।